Skip to content

The Bible

Origin and Authenticity

বাইবেলখন মানৱ ভাৱধাৰাৰে লিখা এখন কিতাপ নেকি?

বাইবেলে নিজৰ বিষয়ে কি দাবী কৰিছে তালৈ ধ্যান দিয়ক।

বাইবেলত ঈশ্বৰৰ চিন্তাধাৰা উল্লেখ আছে নেকি?

বাইবেলৰ বহুতো লেখকে তেওঁলোকে যি লিখিছিল, তাৰ বাবে ঈশ্বৰক প্ৰশংসা দিছিল। কিয় বাৰু?

বাইবেলখনৰ লেখক মোচি আছিল নেকি?

বাইবেলখন সম্পূৰ্ণকৈ লিখাত মোচিয়ো জড়িত আছিল। মোচিৰ উপৰিও আৰু কেইজন ব্যক্তি জড়িত আছিল?

বাইবেলৰ প্ৰকৃত লেখক কোন?

বাইবেলৰ লেখকসকলে স্বীকাৰ কৰিছে যে তেওঁলোকে ঈশ্বৰৰপৰা সহায় আৰু নিৰ্দেশনা লাভ কৰিছিল। তেওঁলোকে যি লিখিছিল, তাক আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ?

বাইবেলৰ বাৰ্তাত সাল-সলনি কৰা হৈছেনে?

যিহেতু বাইবেলখন বহুত পুৰণি কিতাপ, সেইবাবে ইয়াৰ কোনো সাল-সলনি নোহোৱাকৈ আমি লাভ কৰিছোঁ বুলি কি প্ৰমাণ আছে?

বিজ্ঞান আৰু পবিত্ৰ শাস্ত্ৰৰ মাজত মিল আছেনে?

বাইবেলত বিজ্ঞানৰ লগত জড়িত ভুল তথ্য দিয়া হৈছেনে?

বাইবেলখন বগা মানুহৰ কিতাপ নেকি?

বাইবেলৰ লেখকসকলৰ জন্ম কʼত হৈছিল আৰু তেওঁলোক পৃথিৱীৰ কোনখন মহাদেশৰ আছিল?

যীচুৰ বৃত্তান্ত কেতিয়া লিখা হৈছিল??

যীচুৰ মৃত্যু আৰু শুভবাৰ্ত্তাৰ কিতাপ লিখাৰ মাজত কিমান সময়ৰ পাৰ্থক্য আছিল?

Reading and Understanding the Bible

বাইবেলখন ভালদৰে বুজিবলৈ কি কৰাৰ প্ৰয়োজন?

আমাৰ পৃষ্ঠভূমি যিয়ে নহওঁক কিয়, পবিত্ৰ শাস্ত্ৰত উল্লেখ কৰা বিষয়বোৰ বুজিবলৈ আমি সক্ষম হʼম।

Prophecy and Symbolism

বাইবেলত উল্লেখ কৰা সংখ্যাবোৰৰ কিবা অৰ্থ আছে নেকি? সংখ্যা জ্যোতিষবিদ্যাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

বাইবেলত উল্লেখ কৰা কিছুমান সংখ্যাৰ প্ৰতীক কি হয়, তাৰ কেইটামান উদাহৰণ বিবেচনা কৰক আৰু সংখ্যা জ্যোতিষবিদ্যাৰ লগত ইয়াৰ কি পাৰ্থক্য আছে, তাৰ উত্তৰ বিচাৰি চাওক।

End of the World

ঈশ্বৰৰ ৰাজ্যই কি সম্পন্ন কৰিব?

ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত শাসন কৰাৰ সময়ত আপুনি কি আশা কৰিব পাৰে তাৰ বিষয়ে শিকক।

People, Places, and Things

ঈশ্বৰে বিৱৰ্তনৰ যোগেদি সকলো জীৱ-জন্তু বনালেনে?

প্ৰতিটো জীৱৰ মাজত ভিন্নতা আছে বুলি কোৱা বৈজ্ঞানিকৰ এই মন্তব্যৰ ওপৰত বাইবেলে কোনো তৰ্ক নকৰে।

Practical Value

এক সুখী পৰিয়াল গঢ়ি তুলিবলৈ বাইবেলে মোক সহায় কৰিবনে?

লাখ লাখ পুৰুষ আৰু তিৰোতাই বাইবেল আধাৰিত পৰামৰ্শবোৰ পালন কৰি এক সুখী পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম হৈছে।

ধাৰ আৰু টকা-পইচাৰ সমস্যা—বাইবেলে সহায় আগবঢ়ায়নে?

টকা-পইচাই সুখ আৰু আনন্দ কঢ়িয়াই আনিব নোৱাৰে, কিন্তু বাইবেলৰ চাৰিটা সিদ্ধান্তই আপোনাক টকা-পইচাৰ সমস্যা সমাধান কৰিবলৈ সহায় কৰিব।

গভীৰ ৰোগৰ সৈতে জীৱন অতিবাহিত কৰাত বাইবেলে সহায় কৰিব পাৰেনে?

বাইবেলে নিশ্চয় সহায় আগবঢ়ায়। গভীৰ ৰোগৰ সৈতে জীৱন অতিবাহিত কৰিবলৈ সহায় আগবঢ়োৱা তিনিটা পদক্ষেপৰ বিষয়ে শিকক।

যদি মই হতাশ হওঁ বাইবেলে মোক সহায় আগবঢ়াবনে?

হতাশাত ভুগী থকা লোকসকলক ঈশ্বৰে আগবঢ়োৱা তিনি ধৰণৰ সহায়।

ধৰ্ম্ম, ঈশ্বৰ অথবা বাইবেলে আপোনাক সন্তুষ্টি লাভ কৰিবলৈ সহায় কৰিব পাৰেনে?

ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ যোগেদি আপুনি বৰ্তমান সময়ত আৰু ভৱিষ্যতে কেনেকৈ সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হʼব, তাৰ বিষয়ে শিকক।