Skip to content

বাইবেল অধ্যয়নৰ প্ৰকাশন

বাইবেল অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা কিতাপ-পত্ৰ আৰু আন আন প্ৰকাশনবোৰে আপোনাক ক্ৰমান্বয়ে বাইবেলৰপৰা অধ্যয়ন কৰিবলৈ উৎসাহিত কৰিব আৰু ইয়ে আপোনাৰ অধ্যয়ন আকৰ্ষণীয় আৰু আনন্দপূৰ্ণ কৰি তুলিব।

অনলাইন বাইবেল পঢ়ক

নতুন জগত অনুবাদ বাইবেললৈ মন কৰক। এয়া হৈছে সঠিক আৰু সহজে বুজিব পৰা বাইবেল।

বাইবেল অধ্যয়ন কৰাৰ বাবে ভিডিঅʼ

পবিত্ৰ শাস্ত্ৰ বাইবেলত থকা কিতাপবোৰৰ পৰিচয়

বাইবেলৰ প্ৰতিখন কিতাপত উল্লেখ থকা তথ্য আৰু সত্য ঘটনাৰ বিৱৰণ।

বাইবেলৰ আধাৰত ভিডিঅ’—শিক্ষাৰ এক ভাগ

এই চুটি ভিডিঅʼবোৰে বাইবেলৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে।

Bible Study Aids and References

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

ঈশ্বৰ, যীচু, পৰিয়াল, দুখ-কষ্ট আৰু বহুতো বিষয়, বাইবেলৰপৰা শিকক।

অনলাইন লাইব্রেৰী (opens new window)

Research Bible topics online using publications of Jehovah’s Witnesses.

Study the Bible With a Personal Instructor

যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?

যিহোৱাৰ সাক্ষীসকলৰ লগত বিনামূলীয়া বাইবেল অধ্যয়ন কৰিবলৈ আপুনি যিকোনো ভাষাৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। অধ্যয়ন কৰাৰ সময়ত আপুনি নিজৰ গোটেই পৰিয়াল বা বন্ধুসকলক মাতিব পাৰে।

সাক্ষাৎ কৰাৰ বাবে অনুৰোধ কৰক

এটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰক, যাৰ উত্তৰ বাইবেলত আছে অথবা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বেছিকৈ জানক।