Skip to content

God

Who Is God?

ঈশ্বৰ অস্তিত্বত আছেনে?

বাইবেলে ৫ টা প্ৰমাণৰ যোগেদি উত্তৰ দিয়ে।

ঈশ্বৰ এক নিৰাকাৰ শক্তি নেকি?

বাইবেলে বৰ্ণনা কৰে যে ঈশ্বৰে সকলো বস্তু সৃষ্টি কৰিছে। কিন্তু তেওঁ আমাৰ যত্ন লয়নে?

ঈশ্বৰ সকলো ঠাইতে থাকেনে?

ঈশ্বৰ সকলো ঠাইতে থাকে বুলি বাইবেলে শিকায় নে? ঈশ্বৰ এক নিৰ্দিষ্ট ঠাইত থাকে আৰু আমাক ব্যক্তিগতভাৱে জানে বুলি আমি কিয় কʼব পাৰোঁ?

ঈশ্বৰ কোনো নিৰ্দিষ্ট স্থানত থাকে নেকি?

ঈশ্বৰ কʼত থাকে, তাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে? যীচু খ্ৰীষ্টয়ো একে স্থানতে থাকে নেকি?

বাইবেলত ত্ৰিমূৰ্ত্তিৰ শিক্ষাৰ বিষয়ে উল্লেখ আছেনে?

বহুতো ধৰ্ম্মীয় গোটে শিক্ষা দিয়ে যে ঈশ্বৰ ত্ৰিমূৰ্ত্তি হয়। কিন্তু বাইবেলে এই শিক্ষা দিয়েনে?

পবিত্ৰ আত্মা কি হয়?

বাইবেলত পবিত্ৰ আত্মাক ঈশ্বৰৰ ‘আঙুলিৰ’ লগত তুলনা কৰাৰ সঠিক কাৰণ আছে।

God’s Name

ঈশ্বৰৰ এটা নাম আছে নেকি?

বাইবেলৰ বিভিন্ন অনুবাদত ঈশ্বৰৰ ব্যক্তিগত নাম দেখিবলৈ পোৱা যায়। আপুনি এই নাম জনা আৰু ব্যৱহাৰ কৰা উচিতনে?

ঈশ্বৰৰ নাম যীচু হয় নেকি?

যীচুৱে নিজকে কেতিয়াও সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি পৰিচয় দিয়া নাছিল। কিয় বাৰু?

যিহোৱা কোন হয়?

ইস্ৰায়েলীসকলৰ দৰে তেওঁ কেৱল এজন ব্যক্তিৰ ঈশ্বৰ নে?

ঈশ্বৰৰ কেইটা নাম আছে?

লোকসকলে ভাবে যে ঈশ্বৰৰ নাম ‘আল্লাৰপৰা’ ‘এলছাদ্দায়লৈকে’ আৰু ‘যিহোৱা যিৰিৰপৰা’ ‘আলফা আৰু ওমিগালৈকে’ হয়। আমি ঈশ্বৰক কি নামেৰে মাতোঁ, এয়া কিয় অৰ্থ ৰাখে?

God’s Will

মোৰ জীৱনৰপৰা ঈশ্বৰে কি বিচাৰে?

আপোনাৰ জীৱনৰপৰা ঈশ্বৰে কি বিচাৰে, তাৰ বিষয়ে জানিবলৈ ঈশ্বৰে আপোনাৰ লগত চমৎকাৰীৰূপে যোগাযোগ কৰিব নেকি? বাইবেলে ইয়াৰ বিষয়ে কি কৈছে তাৰ বিষয়ে জানক।

স্বতন্ত্ৰ ইচ্ছাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে? আপোনাৰ ভৱিষ্যত ঈশ্বৰে নিয়ন্ত্ৰণ কৰে নেকি?

বহুতোলোকে বিশ্বাস কৰে যে ভাগ্যই তেওঁলোকৰ জীৱন নিয়ন্ত্ৰণ কৰিছে। আমাৰ সফলতা আমি কৰা নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰে নেকি?

আমি সন্মুখীন হোৱা দুখ-কষ্টৰ বাবে ঈশ্বৰক দোষ দিব পাৰোঁ নেকি?

ঈশ্বৰৰ দৃষ্টিত এজন ব্যক্তি ধাৰ্ম্মিক হওক বা নহওক, দুখ-কষ্ট যিকোনো লোকৰ ওপৰত আহিব পাৰে। কিয়?