Skip to content

Suffering

Why So Much Suffering?

আমি সন্মুখীন হোৱা দুখ-কষ্টৰ বাবে ঈশ্বৰক দোষ দিব পাৰোঁ নেকি?

ঈশ্বৰৰ দৃষ্টিত এজন ব্যক্তি ধাৰ্ম্মিক হওক বা নহওক, দুখ-কষ্ট যিকোনো লোকৰ ওপৰত আহিব পাৰে। কিয়?

সকলো দুখ-কষ্টৰ বাবে চয়তান দায়ী নেকি?

মানৱজাতিয়ে সন্মুখীন হোৱা প্ৰকৃত কাৰণ বাইবেলে প্ৰকাশ কৰে।

ঈশ্বৰে ধ্বংসলীলা কিয় হʼবলৈ অনুমতি দিছে?

বহুতোলোকে প্ৰশ্ন কৰে যে এজন মৰমিয়াল ঈশ্বৰে কিয় দুখ-কষ্ট হʼবলৈ অনুমতি দিছে। বাইবেলে আমাক সঠিক উত্তৰ দিয়ে।

পৃথিৱীত শান্তি—কিয় বিশ্বাস কৰিব নোৱাৰি?

গোটেই পৃথিৱীত শান্তি কঢ়িয়াই আনিবলৈ কৰা মানুহৰ চেষ্টা বিফল হৈছে আৰু বিফল হোৱাৰ কেইবাটাও কাৰণ আছে।

Coping With Suffering

যদি মই হতাশ হওঁ বাইবেলে মোক সহায় আগবঢ়াবনে?

হতাশাত ভুগী থকা লোকসকলক ঈশ্বৰে আগবঢ়োৱা তিনি ধৰণৰ সহায়।

গভীৰ ৰোগৰ সৈতে জীৱন অতিবাহিত কৰাত বাইবেলে সহায় কৰিব পাৰেনে?

বাইবেলে নিশ্চয় সহায় আগবঢ়ায়। গভীৰ ৰোগৰ সৈতে জীৱন অতিবাহিত কৰিবলৈ সহায় আগবঢ়োৱা তিনিটা পদক্ষেপৰ বিষয়ে শিকক।

An End to Suffering

ঈশ্বৰৰ ৰাজ্যই কি সম্পন্ন কৰিব?

ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীত শাসন কৰাৰ সময়ত আপুনি কি আশা কৰিব পাৰে তাৰ বিষয়ে শিকক।