Skip to content

বিবাহ

সফলতাৰ চাবিকাঠি

সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক

দুটা প্ৰশ্নই বিবাহিত জীৱন সফল কৰি তুলিবলৈ সহায় কৰিব।

পৰিয়ালৰ সুখ-শান্তিৰ বাবে ভাল পৰামৰ্শ

পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিবলৈ স্বামী, পত্নী, পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে কি কৰিব পাৰে?

সুখী বিবাহিত জীৱনৰ বাবে: সন্মান দেখুৱাওক

বাইবেলে আপোনাক আৰু আপোনাৰ সংগীক বিবাহিত জীৱনক পুনৰাই সন্মান দেখুৱাবলৈ সহায় কৰিব পাৰে।

নিজৰ সংগীক সন্মান কৰক

এজন স্বামী বা স্ত্ৰীয়ে নিজৰ সংগীৰ লগত কেনেকৈ আদৰেৰে কথা পাতিব পাৰে?

সুখী বিবাহিত জীৱনৰ বাবে: মৰম দেখুৱাওক

কাম, হতাশা, আৰু প্ৰতিদিনৰ চিন্তাই বিবাহিত জীৱনত প্ৰেম দেখুৱাত প্ৰভাৱ পেলাব পাৰে। প্ৰকৃত প্ৰেম পুনৰায় দেখুৱাব পাৰিনে?

এজনে-আনজনৰ বিশ্বাসী হওক

ব্যভিচাৰৰপৰা আঁতৰি থকাই হৈছে বিবাহিত জীৱনত বিশ্বাসী হৈ থকাৰ উত্তম উপায়, নহয়নে বাৰু?

বাইবেলত কি লিখা আছে

সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে?

সমলৈঙ্গিক বিবাহৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে? বিবাহক স্থায়ী আৰু আনন্দিত কৰি তুলিবলৈ কি কৰাৰ প্ৰয়োজন আছে, তাক বিবাহৰ উদ্ভাৱকে ভালদৰে জানে।

বহুবিবাহ কৰা উচিতনে?

বহুবিবাহৰ আৰম্ভণি ঈশ্বৰে কৰিছিল নেকি? বহুবিবাহৰ বিষয়ে বাইবেলৰ দৃষ্টিভংগী কি, তাৰ বিষয়ে বিবেচনা কৰক।

বেলেগ বেলেগ জনগোষ্ঠীৰ মাজত হোৱা বিবাহৰ বিষয়ে বাইবেলে কি কয়?

জাতিগত সমতা আৰু বিবাহৰ বিষয়ে বাইবেলৰ কিছুমান সিদ্ধান্ত বিবেচনা কৰক।

সমস্যা আৰু সমাধান

আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব

আপোনাৰ বিবাহিত জীৱনত কোনো সমস্যাৰ সৃষ্টি নকৰাকৈ আপুনি আপোনাৰ পিতৃ-মাতৃক আদৰ কৰিব পাৰিব।

যেতিয়া সংগীয়ে পৰ্ণগ্ৰাফী চায় তেতিয়া কি কৰিম?

পতি বা পত্নীয়ে নিজৰ সংগীক কেনেকৈ সহায় কৰিব পাৰে যাতে তেওঁ পৰ্ণগ্ৰাফী চোৱাৰ বেয়া অভ্যাস এৰিব পাৰে আৰু তেওঁলোকে পুনৰ এজনে-আনজনৰ ওপৰত ভৰসা কৰিব পাৰে?

যেতিয়া দুৰ্ঘটনা ঘটে

প্ৰয়োজনীয় সহায় গ্ৰহণ কৰক।

পৃথকে থকা আৰু বিবাহ-বিচ্ছেদ

বিবাহ-বিচ্ছেদৰ বাবে বাইবেলে অনুমতি দিয়ে নেকি?

ঈশ্বৰে বিবাহ-বিচ্ছেদৰ বাবে অনুমতি দিয়াৰ একমাত্ৰ কাৰণ কি আৰু কি কাৰণৰ বাবে বিবাহ-বিচ্ছেদ কৰাটো ঈশ্বৰে ঘৃণা কৰে, তাৰ বিষয়ে শিকক।