Skip to content

লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা

Training

আপোনাৰ সন্তানক কেনেকৈ শিক্ষা দিব

অনুশাসন কেৱল নিয়ম আৰু শাস্তি দিয়াই নহয়।

পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ যৌন সম্বন্ধৰ বিষয়ে শিক্ষা দিব পাৰে?

পবিত্ৰ শাস্ত্ৰ বাইবেলত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আছে। এই সিদ্ধান্তবোৰে যৌন সম্বন্ধৰ বিষয়ে শিক্ষা দিবলৈ আৰু নিজৰ বাসনা পূৰ কৰা লোকসকলৰপৰা সন্তানক ৰক্ষা কৰিবলৈ আপোনাক সহায় কৰিব।

নিজৰ সন্তানসকলক সুৰক্ষা দিয়ক

ৰিংকু আৰু ৰিংকীয়ে নিজকে সুৰক্ষিত ৰাখিবলৈ কিছুমান ভাল পৰামৰ্শ পায়।