Skip to content

Skip to table of contents

প্ৰকৃততে বাইবেলৰ লেখক কোন হয়?

প্ৰকৃততে বাইবেলৰ লেখক কোন হয়?

যদি বাইবেলখন মানুহে লিখিছে, তেনেহ’লে ইয়াক কিয় “ঈশ্বৰৰ বাক্য” বুলি কোৱা হয়? (১ থিচলনীকীয়া ২:১৩) ঈশ্বৰে নিজৰ চিন্তাধাৰা মানৱজাতিলৈ কেনেকৈ স্থানান্তৰ কৰিছিল?