Skip to content

Skip to table of contents

বাইবেলখন ঈশ্বৰৰপৰা হয় বুলি আমি কেনেকৈ নিশ্চিত হ’ব পাৰোঁ?

বাইবেলখন ঈশ্বৰৰপৰা হয় বুলি আমি কেনেকৈ নিশ্চিত হ’ব পাৰোঁ?

বাইবেলে কৈছে যে ই হৈছে “ঈশ্বৰৰ বাক্য” আৰু ঈশ্বৰে ‘মিছা নকয়।’ (১ থিচলনীকীয়া ২:১৩; তীত ১:২) এয়া সঁচা হয়নে বা ই কেৱল এক কল্পনা কাহিনীৰ কিতাপ নেকি?