Skip to content

Skip to table of contents

‘সু-খবৰ আহিল’! (২০২৪ অধিৱেশনৰ গান)

‘সু-খবৰ আহিল’! (২০২৪ অধিৱেশনৰ গান)

(লূক ২:১০)

ডাউনলʼড:

  1. ১. প্ৰ-শং-সা প-ৰম-জ-নাৰ—

    সু-খ-বৰ আ-হিল—

    পু-ত্ৰৰ জ-ন্ম হʼল বে-থেল-হে-মত।

    আ-নিল তেওঁ আ-শা,

    উ-দ্ধাৰ-ক-ৰ্তা জ-ন্মিল!

    (কোৰাচ)

    খ-বৰ, সু-খ-বৰ—

    আ-ন-ন্দ ক-ৰা—

    হʼল প্ৰ-শং-সা যাঃৰ!

    খ-বৰ, সু-খ-বৰ—

    প্ৰ-চাৰ ক-ৰি যাওঁ।

    যী-চুৰ জ-ন্ম হʼল—

    তেওঁ পথ, স-ত্য, জী-ৱন।

  2. ২. শা-ন্তিৰ ৰা-জ্য আ-হি-ব,

    ধা-ৰ্মিক হʼ-ব লোক।

    যী-চু-ৱে হʼল জী-ৱ-নৰ আ-শা।

    স-ত্যৰ হʼ-ব জয়,

    তেওঁৰ ৰা-জ্য ন-হয় ক্ষয়।

    (কোৰাচ)

    খ-বৰ, সু-খ-বৰ—

    আ-ন-ন্দ ক-ৰা—

    হʼল প্ৰ-শং-সা যাঃৰ!

    খ-বৰ, সু-খ-বৰ—

    প্ৰ-চাৰ ক-ৰি যাওঁ।

    যী-চুৰ জ-ন্ম হʼল—

    তেওঁ পথ, স-ত্য, জী-ৱন।

    (কোৰাচ)

    খ-বৰ, সু-খ-বৰ—

    আ-ন-ন্দ ক-ৰা—

    হʼল প্ৰ-শং-সা যাঃৰ!

    খ-বৰ, সু-খ-বৰ—

    প্ৰ-চাৰ ক-ৰি যাওঁ।

    যী-চুৰ জ-ন্ম হʼল—

    তেওঁ পথ, স-ত্য, জী-ৱন।

(মথি ২৪:১৪; যোহ. ৮:১২; ১৪:৬; যিচ. ৩২:১; ৬১:২ পদবোৰো চাওক।)