মূল গীত

আমাৰ আধ্যাত্মিক বিষয়বোৰৰ বাবে কৃতজ্ঞতা জনোৱাৰ ওপৰত আধাৰিত গীতবোৰ

কেনে পৰিস্থিতি হʼব

এটা নতুন দিন আমাৰ বাবে অপেক্ষা কৰি আছে।

প্ৰেমৰ বন্ধন

আপোনাৰ বিবাহত যিহোৱা ঈশ্বৰৰ সন্মতি থাকিলে সেই বিবাহ শক্তিশালী হʼব!

অলুপ্ত প্ৰেম

যিহোৱাৰ প্ৰেম কেতিয়াও লুপ্ত নহয়। ইয়ে আমাক সুখ আৰু শান্ত্বনা দিয়ে।

চিৰকালৰ আনন্দ

যিহোৱা বৰ্তমান আৰু ভৱিষ্যতে সদায় আমাৰ আনন্দৰ উৎস

বিশ্বাসেৰে

ঈশ্বৰে মানৱজাতিৰ বাবে ৰখা সুন্দৰ ভৱিষ্যতৰ বিষয়ে কল্পনা কৰক।

চিৰ শান্তি! (২০২২ অধিৱেশনৰ গান)

নিজৰ সমস্যাবোৰৰ সত্ত্বেও যিহোৱাই কৰা প্ৰকৃত শান্তিৰ প্ৰতিজ্ঞাক চাওক।

‘দেৰি নহʼব!’ (২০২৩ অধিৱেশনৰ গান)

বিশ্বাসী লোকসকলৰ দৰে ধৈৰ্য্যেৰে যিহোৱালৈ অপেক্ষা কৰক।

‘সু-খবৰ আহিল’! (২০২৪ অধিৱেশনৰ গান)

প্ৰথম শতিকাৰ পৰা এতিয়ালৈকে, লোকসকলে মানৱজাতিক আনন্দৰে সু-খবৰ প্ৰচাৰ কৰি আহিছে আৰু এই কাম আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ—এই কামত যীচুৱে নেতৃত্ব লৈছে আৰু স্বৰ্গদূতসকলেও তেওঁক সহযোগ কৰিছে।