Skip to content

Skip to table of contents

মোৰ কিশোৰ জীৱন—মই কেনেকৈ নিশ্চিত হʼব পাৰোঁ?

মোৰ কিশোৰ জীৱন—মই কেনেকৈ নিশ্চিত হʼব পাৰোঁ?

আলেক্স্‌ আৰু তাইনাৰাই কিশোৰ-কিশোৰী হোৱাৰ বাবে কিছুমান গভীৰ সমস্যাৰ সন্মুখীন হৈছিল। নিজৰ বিশ্বাস দৃঢ় কৰিবলৈ আৰু পৰিপক্ক খ্ৰীষ্টান হʼবলৈ কিহে তেওঁলোকক সহায় কৰিলে, এই বিষয়ে চাওক।