Skip to content

যুৱক-যুৱতীসকলে কি ভাবে

পৃথিৱীৰ বিভিন্ন ঠাইৰ যুৱক-যুৱতীসকলে জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু সেইবোৰ তেওঁলোকে কেনেকৈ পাৰ কৰিলে, তাক জানিবলৈ ভিডিঅ’ চাওক।

 

মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?

এইদৰে কৰিলে আপুনি ভবাতকৈ বেছি আপোনাৰ লাভ হʼব।

কোনোবাই মোক আমনি কৰিলে মই কি কৰিব পাৰোঁ?

আমনি কৰাজনক আমি সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি সঠিক প্ৰতিক্ৰিয়া দেখুৱাব পাৰোঁ।

বাহানা মৰাৰ বিষয়ে সমনীয়াই কি কয়

যুৱক-যুৱতী সকলৰ পৰা শুনক যে বাহানা মাৰিলে কি কি বিপদ আহিব পাৰে কিন্তু সময়ৰ ভালদৰে ব্যৱহাৰ কৰিলে কি কি লাভ হ’ব পাৰে।

মই কেনেকৈ নিশ্চিত হʼব পাৰোঁ?

এই প্ৰশ্নবোৰৰ উত্তৰ জানিলে আপুনি সমস্যাবোৰ ভালদৰে সন্মুখীন হʼব পাৰিব।

সমনীয়াৰ পৰা অহা হেঁচাৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?

বাইবেলৰ সিদ্ধান্তই আপোনাক কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে জানক।

ৰং-ৰূপৰ বিষয়ে সমনীয়াই কি কয়

ডেকাসকলক ৰং-ৰূপৰ বিষয়ে সন্তুলন বজাই ৰখাটো কিয় কঠিন হʼব পাৰে? তেওঁলোকক কিহে সহায় কৰিব?

মই মোৰ ৰূপ আৰু গঠনৰ বিষয়ে কিয় ইমান চিন্তিত?

আপুনি নিজৰ অনুভূতি কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰে, তাৰ বিষয়ে জানক।

যৌনসম্পৰ্ক ৰাখিবলৈ অহা হেঁচাক মই কেনেকৈ যোঁজিব পাৰোঁ?

বাইবেলৰ তিনিটা সিদ্ধান্তই প্ৰলোভনৰ পৰা ওলাই আহিবলৈ সহায় কৰিব পাৰে।

মোৰ বিশ্বাসৰ কাৰণ—ঈশ্বৰৰ নিয়ম মানিম নে নিজৰ ইচ্ছা?

ডেকাসকলে জনাইছে যে কেনেকৈ তেওঁলোকে সমনীয়াৰ পৰা অহা হেচাঁক সন্মুখীন হব পাৰিলে।

ভুল হʼলে মই কি কৰিম?

আপুনি হয়তো ভাবিব পাৰে যে সমস্যাৰ সমাধান কৰাটো কঠিন হʼব, কিন্তু ইমান কঠিন নহʼবও পাৰে।