Skip to content

শোকাৱহ ঘটনাবোৰৰ সন্মুখীন হোৱা

Suffering

সুন্দৰ ভৱিষ্যতৰ এক আভাস

চাওক যীচুৱে সকলো মানৱজাতিক এক সুন্দৰ বাগিচালৈ লয় যাবলৈ কি কৰিলে।

ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে?

বহুতোলোকে সোধে যে গোটেই পৃথিৱীত কিয় ঘৃণা আৰু দুখ-কষ্টেৰে ভৰি আছে। ইয়াৰ বিষয়ে বাইবেলে এক সঠিক আৰু যুক্তিসংগত উত্তৰ দিয়ে।

ঈশ্বৰে ধ্বংসলীলা কিয় হʼবলৈ অনুমতি দিছে?

বহুতোলোকে প্ৰশ্ন কৰে যে এজন মৰমিয়াল ঈশ্বৰে কিয় দুখ-কষ্ট হʼবলৈ অনুমতি দিছে। বাইবেলে আমাক সঠিক উত্তৰ দিয়ে।

Death of a Loved One

যেতিয়া আমি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাওঁ

দুংখ সহন কৰিবলৈ আপুনি কিছুমান ব্যৱহাৰিক পদক্ষেপ ল’ব পাৰে।

আপোনজনাক হেৰুৱাৰ দুখ কেনেকৈ সহন কৰিম?—দুখৰ পৰা কেনেকৈ ওলাই আহিব পাৰি?

বহুতো লোকে কিছুমান ভাল পদক্ষেপ লোৱাৰ যোগেদি মৃত্যু হোৱা আপোনজনাৰ বেদনাৰ পৰা ওলাই আহিবলৈ সহায় পাইছে।

দুখত থকা লোকসকলৰ বাবে শান্ত্বনা

বাইবেলে দুখত থকা লোকসকলক শান্ত্বনা দিব পাৰে।