Skip to content

চাকৰি আৰু টকা-পইচা

Managing Money

ধাৰ আৰু টকা-পইচাৰ সমস্যা—বাইবেলে সহায় আগবঢ়ায়নে?

টকা-পইচাই সুখ আৰু আনন্দ কঢ়িয়াই আনিব নোৱাৰে, কিন্তু বাইবেলৰ চাৰিটা সিদ্ধান্তই আপোনাক টকা-পইচাৰ সমস্যা সমাধান কৰিবলৈ সহায় কৰিব।