Skip to content

বন্ধু

প্ৰকৃত বন্ধুত্ব কৰাটো কঠিন, কিন্তু তাক বজাই ৰখাটো তাতকৈয়ো কঠিন! আপুনি কেনেকৈ ভাল বন্ধুত্ব কৰিব পাৰে আৰু তাক বজাই ৰাখিব পাৰে?

বন্ধুত্ব কৰা আৰু বজাই ৰখা

প্ৰকৃত বন্ধু কোন হয়?

মিছা বন্ধু সহজতে পোৱা যায়, কিন্তু আপুনি সচাঁ বন্ধু কেনেকৈ বিচাৰি পাব?

বাধা

সমনীয়াৰ পৰা অহা হেঁচাৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?

বাইবেলৰ সিদ্ধান্তই আপোনাক কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে জানক।

ভুল হʼলে মই কি কৰিম?

আপুনি হয়তো ভাবিব পাৰে যে সমস্যাৰ সমাধান কৰাটো কঠিন হʼব, কিন্তু ইমান কঠিন নহʼবও পাৰে।