Skip to content

পৰিয়াল

আপোনাৰ মা-দেউতা, ভাইটি-ভন্টি বা দাদা-বাইদেউৰ লগত কিবা সমস্যা আছে নেকি? বাইবেলে আপোনাক এনেধৰণৰ সমস্যা আৰু পৰিয়ালৰ লগত জড়িত আন সমস্যাবোৰো সন্মুখীন হʼবলৈ সহায় কৰিব পাৰে।

পিতৃ-মাতৃৰ লগত সম্পৰ্ক

মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?

এইদৰে কৰিলে আপুনি ভবাতকৈ বেছি আপোনাৰ লাভ হʼব।

মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?

মা-দেউতাৰ লগত যোগাযোগ কৰিবলৈ এই উপায়বোৰে আপোনাক সহজ কৰি তুলিব।

মই বেছিকৈ স্বাধীনতা কেনেকৈ লাভ কৰিব পাৰোঁ?

আপুনি বিচাৰে যে আপোনাৰ লগত ডাঙৰ নিচিনা ব্যৱহাৰ কৰাটো, কিন্তু আপোনাৰ মা-দেউতায়ে এইদৰে নাভাবে। তেওঁলোকৰ বিশ্বাস অৰ্জন কৰিবলৈ আপুনি কি পদক্ষেপ লব?