Skip to content

মূখ্য পেজত শেহতীয়াকৈ প্ৰকাশিত

 

ঈশ্বৰে মহিলাসকলৰ বিষয়ে চিন্তা কৰে নে?

ইয়াৰ উত্তৰটোৱে আপোনাক শান্তিৰে বেয়া ব্যৱহাৰ আৰু অন্যায়ৰ সন্মুখীন হʼবলৈ সহায় কৰিব পাৰে।

 

এক ভাল পৰিস্থিতি নিচেই কাষত

আমি কেনেকৈ জানিব পাৰোঁ? প্ৰহৰীদুৰ্গৰ এই আলোচনীত বাইবেলে কি কৈছে, তাৰ বিষয়ে জানক।

 

বাইবেলখন ভালদৰে বুজিবলৈ কি কৰাৰ প্ৰয়োজন?

আমাৰ পৃষ্ঠভূমি যিয়ে নহওঁক কিয়, পবিত্ৰ শাস্ত্ৰত উল্লেখ কৰা বিষয়বোৰ বুজিবলৈ আমি সক্ষম হʼম।

সুখ আৰু শান্তি

দৈনন্দিন জীৱনৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ, শাৰীৰিক আৰু মানসিক দুখ-বেজাৰ কম কৰিবলৈ আৰু জীৱনৰ অৰ্থ আৰু উদ্দেশ্য লাভ কৰিবলৈ বাইবেলে বহুতোলোকক সহায় আগবঢ়াইছে।

বিবাহ আৰু পৰিয়াল

বিবাহিত দম্পতী আৰু পৰিয়ালে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। বাইবেলৰ ব্যৱহাৰিক পৰামৰ্শই পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্বন্ধ দৃঢ় কৰাত সহায় কৰিব।

কিশোৰ-কিশোৰীসকলৰ বাবে সহায়

সাধাৰণতে কিশোৰ-কিশোৰীসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে বাইবেলে কেনেকৈ সহায় আগবঢ়াব পাৰে, তাৰ বিষয়ে শিকক।