Skip to content

কৃতজ্ঞ হওক

কৃতজ্ঞ হওক

ডাউনলʼড

  1. অ মা, দেউতা

    কিমান ভাল পাওঁ তোমাক

    সদায় কʼব বিচাৰোঁ মই,

    কিয় ভাল পাওঁ তোমাক।

    সদায় ৰাতিপুৱা উঠি,

    কিমান যে কাম কৰা তুমি,

    যাতে মই স্কুল আৰু সভাত,

    সময়ত যাব পাৰোঁ।

    সদায় শিকোৱা মোক,

    যিহোৱাৰ সংগী হওঁ,

    কি কৰিম সেয়া

    কৰি দেখুৱা মোক।

    মা-দেউতা,

    ভাল পাওঁ তোমাক।

    পালোঁ যে আপোনাক মই,

    কৰোঁ যিহোৱাক ধন্যবাদ।