Skip to content

Skip to table of contents

গালাতীয়াসকললৈ চিঠি

অধ্যায়বোৰ

সাৰাংশ

    • নমস্কাৰ (১-৫)

    • আন কোনো শুভবাৰ্তা নাই (৬-৯)

    • পৌলে প্ৰচাৰ কৰা শুভবাৰ্তা ঈশ্বৰৰ ফালৰ পৰা আছিল (১০-১২)

    • পৌলে কেনেকৈ সলনি হʼল আৰু তেওঁৰ আৰম্ভণিৰ সেৱা (১৩-২৪)

    • পৌলে যিৰূচালেমত পাঁচনিসকলক লগ কৰে (১-১০)

    • পৌলে, পিতৰ (কৈফাক) শুধৰণি কৰে (১১-১৪)

    • কেৱল বিশ্বাস কৰাৰ কাৰণে ভাল মানুহ বুলি গণিত কৰা হয় (১৫-২১)

    • বিশ্বাস আৰু নিয়মত লিখা কামবোৰৰ মাজত পাৰ্থক্য (১-১৪)

      • যিজন ভাল মানুহ হয়, তেওঁ নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব (১১)

    • অব্ৰাহামৰ লগত কৰা প্ৰতিজ্ঞা নিয়মৰ আধাৰত নহয় (১৫-১৮)

      • খ্ৰীষ্ট, অব্ৰাহামৰ বংশ (১৬)

    • নিয়মৰ আৰম্ভণি; ইয়াৰ উদ্দেশ্য (১৯-২৫)

    • বিশ্বাস কৰাৰ যোগেদি ঈশ্বৰৰ পুত্ৰ হোৱা (২৬-২৯)

      • যিসকল খ্ৰীষ্টৰ হয়, তেওঁলোক অব্ৰাহামৰ বংশৰ হয় (২৯)

    • এতিয়া দাস নোহোৱা, পুত্ৰ হোৱা (১-৭)

    • গালাতীয়াসকলৰ কাৰণে পৌলৰ চিন্তা (৮-২০)

    • হাগাৰ আৰু চাৰা; দুটা চুক্তি (২১-৩১)

      • ওপৰৰ যিৰূচালেম স্বাধীন, আমাৰ মা হয় (২৬)

    • খ্ৰীষ্টানসকলে স্বাধীনতা পালে (১-১৫)

    • পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা (১৬-২৬)

    • এজনে-আনজনৰ ভাৰ উঠোৱা (১-১০)

      • যি বয়, তাকেই দাব (৭, ৮)

    • চুন্নৎ কোনো অৰ্থ নাৰাখে (১১-১৬)

      • এক নতুন সৃষ্টি (১৫)

    • সমাপ্তি (১৭, ১৮)