Skip to content

জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি ক’ত বিচাৰি পাম?

জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি ক’ত বিচাৰি পাম?

ইয়াৰ উত্তৰবোৰ  . . .

  • বিজ্ঞানে?

  • শিক্ষায়?

  • নে বাইবেলে দিব?

এজন বাইবেলৰ লেখকে ঈশ্বৰক এইদৰে কৈছিল

“মোক জ্ঞান দান কৰা . . .  তোমাৰ বাক্যৰ সমষ্টি সত্য।”—গীতমালা ১১৯:১৪৪, ১৬০, পবিত্ৰ বাইবেল O.V. (Ref.)

লাখ লাখ লোকে বাইবেলৰপৰা উত্তৰ পাই লাভৱান হৈছে।

আপুনিও লাভৱান হ’ব বিচাৰেনে?

jw.org® ৱেবছাইটে আপোনাক সহায় কৰিব।

নিম্নলিখিত কোনটো প্ৰশ্ন আপোনাৰ বাবে গুৰুত্বপূৰ্ণ?

এই প্ৰশ্নবোৰৰ বাইবেল আধাৰিত উত্তৰ jw.org ৱেবছাইটত চাওক।

(এই ট্ৰেক্ট কেইখন পঢ়িবলৈ বা ডাউনল’ড কৰিবলৈ প্ৰকাশনবোৰ > কিতাপ আৰু ব্ৰচাৰ চাওক)