দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক

এই ব্ৰচাৰখন ব্যক্তিগত বাইবেল অধ্যয়নৰ পৰিচয় দিয়াৰ বাবে তৈয়াৰ কৰা হৈছে আৰু এয়া বিনামূলীয়া বাইবেল অধ্যয়নৰ এক ভাগ হয়।

You May Also Like

সঘনাই সোধা প্ৰশ্ন

যিহোৱাৰ সাক্ষীসকলৰ লগত বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?

যিহোৱাৰ সাক্ষীসকলৰ লগত বিনামূলীয়া বাইবেল অধ্যয়ন কৰিবলৈ আপুনি যিকোনো ভাষাৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। অধ্যয়ন কৰাৰ সময়ত আপুনি নিজৰ গোটেই পৰিয়াল বা বন্ধুসকলক মাতিব পাৰে।