সচেতন থাকক! No. ১ ২০১৯ | সুৰক্ষা আৰু শান্তিৰে ভৰা পৃথিৱী—সম্ভৱ নে?

আমি সন্মুখীন হোৱা কিছুমান সমস্যালৈ মন কৰক, লগতে এই পৃথিৱীত শান্তি আৰু সুৰক্ষিতভাৱে জীয়াই থাকিবলৈ কি কৰিব লাগিব।

আমাৰ সুৰক্ষা বিপদত আছে

আমি এতিয়া যিমান ভাবুকিৰ সন্মুখীন হৈছোঁ, সিমান আগতে কেতিয়াও হোৱা নাছিলোঁ। ইয়াৰ কিবা সমাধান আছেনে?

সমস্যাবোৰ কেনেকৈ সম্পূৰ্ণৰূপে শেষ কৰিম?

মানৱজাতিয়ে ভুগা বহুতো সমস্যা নিজৰ ভুলৰ বাবেহে আহে। আমি কʼৰ পৰা সহায় পাব পাৰোঁ?

নৈতিক শিক্ষা

প্ৰকৃত শান্তি আৰু সুৰক্ষা পাবলৈ বাইবেলৰ উচ্চ নৈতিক মানদণ্ডৰ প্ৰয়োজন।

ৰিকাৰ্ডো আৰু আন্দ্ৰেছৰ জীৱন কাহিনী

আগতে ৰিকাৰ্ডো আৰু আন্দ্ৰেছে ওচৰ-চুবুৰীয়াক শান্তিৰে থাকিবলৈ দিয়া নাছিল, কিন্তু এতিয়া তেওঁলোকে সকলোকে শান্তিৰে থাকিবলৈ উৎসাহিত কৰিছে। বাইবেলে তেওঁলোকৰ জীৱন কেনেকৈ সলনি কৰিলে, তাৰ বিষয়ে জানক।

‘শান্তি কেতিয়াও শেষ নহব’

ঈশ্বৰৰ ৰাজ্য কি হয়?

ঈশ্বৰৰ ৰাজ্যত “প্ৰচুৰ শান্তি থাকিব”

ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীত শান্তি স্থাপন কৰিব।

আপুনি কেতিয়াবা চিন্তা কৰিছেনে?

বাইবেলৰ প্ৰশ্নবোৰৰ উত্তৰ আপুনি কʼত বিচাৰি পাব?