প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ ফেব্ৰুৱাৰী ২০২৪

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ এপ্ৰিল ৮–মে’ ৫, ২০২৪.

অধ্যয়নৰ লেখ ৫

“মই তোমাক কেতিয়াও নেৰিম”!

২০২৪ চনৰ এপ্ৰিল ৮-১৪-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৬

‘যিহোৱাৰ নাম প্ৰশংসা কৰক’

২০২৪ চনৰ এপ্ৰিল ১৫-২১-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৭

নাচৰীয়াসকলৰ পৰা গুৰুত্বপূৰ্ণ শিক্ষা

২০২৪ চনৰ এপ্ৰিল ২২-২৮-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৮

যিহোৱাই দেখুৱা পথত চলি থাকক

২০২৪ চনৰ এপ্ৰিল ২৯–মে ৫-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰোঁ?

বহুতো লোকে যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰি ভাগৰি পৰিছে। কিন্তু এনে সময়তো আমি কেনেকৈ ধৈৰ্য্য ধৰিব পাৰোঁ আৰু আনন্দত থাকিব পাৰোঁ?

প্ৰশাসন গোষ্ঠীৰ দুজন নতুন সদস্য

বুধবাৰ ১৮ জানুৱাৰী, ২০২৩ চনত বিশেষ খবৰ দিয়া হʼল যে ভাই গেজ ফ্লিগল আৰু ভাই জেফ্ৰি উইণ্ডাৰ এতিয়াৰ পৰা যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ সদস্য হিচাপে সেৱা কৰিব।

পাঠকসকলৰ প্ৰশ্ন

ভৱিষ্যৰ বিষয়ে জনাৰ যিহোৱাৰ দক্ষতাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?

আপুনি জানে নে?

এনে তিনিটা কথাৰ ওপৰত ধ্যান দিয়ক যাৰ বাবে হয়তো বাইবেলৰ লেখকসকলে এই শব্দ আৰু বাক্যবোৰ বাৰে বাৰে লিখিছিল।