প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ ডিচেম্বৰ ২০২৩

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ ফেব্ৰুৱাৰী ৫–মাৰ্চ ৩, ২০২৪.

অধ্যয়নৰ লেখ ৫০

ভাল ব্যক্তি হʼবলৈ বিশ্বাসেৰে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ

২০২৪ চনৰ ফেব্ৰুৱাৰী ৫-১১-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৫১

আমাৰ আশা কল্পনা নহয়!

২০২৪ চনৰ ফেব্ৰুৱাৰী ১২-১৮-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

মদৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী

কিছুমান লোকে হয়তো মদ নাখাবলৈ নিৰ্ণয় লয়, আনহাতে কিছুমানে খায়। এজন খ্ৰীষ্টানে মদ খোৱাৰ বাবে হোৱা বেয়া পৰিণামৰ পৰা কেনেকৈ বাচি থাকিব পাৰে?

অধ্যয়নৰ লেখ ৫২

যুৱতী ভনীসকল, পৰিপক্ক খ্ৰীষ্টান হওক!

২০২৪ চনৰ ফেব্ৰুৱাৰী ১৯-২৫-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ

অধ্যয়নৰ লেখ ৫৩

ডেকা ভাইসকল, পৰিপক্ক খ্ৰীষ্টান হওক!

২০২৪ চনৰ ফেব্ৰুৱাৰী ২৬–মাৰ্চ ৩-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

আপোনাৰ মনত আছেনে?

আপুনি এই বছৰৰ প্ৰহৰীদুৰ্গ আলোচনী মনোযোগেৰে পঢ়িছে নে? মন কৰক যে আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিছে নে নাই:

বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২৩

প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২৩ চনত অহা লেখবোৰৰ বিষয়ৰ অনুসৰি সূচীপত্ৰ।

অনুভৱ

এজনী ভনীয়ে সুযোগ বিচাৰি প্ৰচাৰ কৰাৰ যোগেদি লোকসকলৰ প্ৰতি কৰুণা আছে বুলি কেনেকৈ দেখুৱালে, তাৰ বিষয়ে জানক।