Skip to content

সেই দিনটো আমি কেতিয়াও নাপাহৰোঁ

সেই দিনটো আমি কেতিয়াও নাপাহৰোঁ

আপোনাৰ লগত কেনে ব্যৱহাৰ কৰা হ’ব বুলি ভাবি আপুনি যিহোৱাৰ সাক্ষী সকলৰ সভাত উপস্থিত হ’বলৈ সংকোচ কৰেনে? যদি হৈ, তেনেহলে আপুনি ষ্টিভ গেৰ্ডেচৰ অনুভৱৰ পৰা উৎসাহিত হ’ব।