Skip to content

যীচুৰ মৃত্যুক সোঁৱৰণ কৰক

যীচুৰ মৃত্যুক সোঁৱৰণ কৰক

প্ৰতিবছৰে, যিহোৱাৰ সাক্ষীসকলে যীচুৱে দিয়া আজ্ঞা অনুসৰি তেওঁৰ মৃত্যু দিনটো সোঁৱৰণ কৰে। (লূক ২২:​১৯, ২০) এই গুৰুত্বপূৰ্ণ দিনত আমাৰ লগত উপস্থিত হʼবলৈ আমি আপোনাক আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ। যীচু খ্ৰীষ্টৰ জীৱন আৰু মৃত্যুৱে আপোনাৰ বাবে কেনেকৈ লাভ কঢ়িয়াই আনিব, তাৰ বিষয়ে আপুনি জানিবলৈ সক্ষম হʼব।