পৃথিৱীজুৰি বাস কৰা যিহোৱাৰ সাক্ষীসকল

Guatemala

Fast Facts—Guatemala

  • ১,৮৯,১৮,০০০—Population
  • ৩৯,০২২—Ministers who teach the Bible
  • ৮২৫—Congregations
  • 1 to ৪৮৮—Ratio of Jehovah’s Witnesses to population

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

চকুৰে নেদেখাৰ সত্ত্বেও ভাই-ভনীৰ প্ৰেম দেখিলে

তিনিজন ভাই-ভনীয়ে চুকুৰে দেখা নাপায় আৰু ব্ৰেইল ভাষাও পঢ়িব নাজানে। তেওঁলোকে মণ্ডলীৰ ভাই-ভনীসকলৰ সহায়ত আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ ধৰিলে।