Skip to content

আপোনাক নিমন্ত্ৰণ কৰা হৈছে: ২০২৪ চনৰ শুভবাৰ্তা ঘোষণা কৰক! যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন

আপোনাক নিমন্ত্ৰণ কৰা হৈছে: ২০২৪ চনৰ শুভবাৰ্তা ঘোষণা কৰক! যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন

চাৰিওফালে শুনি থকা বেয়া বাতৰিবোৰে আমাক নিৰাশ কৰি তুলে। কিন্তু ভাল বাতৰিবোৰে আমাৰ ভৱিষ্যত ভাল হʼব বুলি বিশ্বাস দৃঢ় কৰে!