Skip to content

হোৱাইট বোৰ্ড এনিমেশ্বন

গম্ভীৰ বিষয়বোৰ কেনেকৈ সন্মুখীন হʼব পাৰি, তাৰ বিষয়ে এই আকৰ্ষণীয় চিত্ৰ-কথাবোৰে শিক্ষা দিয়ে।

 

নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব

বহুতো লোকে চিগাৰেট খায় কিন্তু কিছুমান লোকে এই অভ্যাস এৰিবলৈ চেষ্টা কৰে। কিয়? চিগাৰেট খোৱাটো হঁচাকৈ ইমান বেয়া নে?

মদ খোৱাৰ পৰিণামৰ বিষয়ে চিন্তা কৰক

মদৰ প্ৰভাৱত বহুতো লোকে এনে কথা বা কাম কৰে যাৰ বাবে পাছত পশ্চতাব লগীয়া হয়। মদ খোৱাৰ সমস্যা আৰু অপব্যৱহাৰ পৰা আপুনি নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব পাৰে?

মই বেছিকৈ স্বাধীনতা কেনেকৈ লাভ কৰিব পাৰোঁ?

আপুনি বিচাৰে যে আপোনাৰ লগত ডাঙৰ নিচিনা ব্যৱহাৰ কৰাটো, কিন্তু আপোনাৰ মা-দেউতায়ে এইদৰে নাভাবে। তেওঁলোকৰ বিশ্বাস অৰ্জন কৰিবলৈ আপুনি কি পদক্ষেপ লব?

প্ৰকৃত বন্ধু কোন হয?

মিছা বন্ধু সহজতে পোৱা যায়, কিন্তু আপুনি সচাঁ বন্ধু কেনেকৈ বিচাৰি পাব?