Skip to content

যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে

যদি আপুনি আমাৰ লগত যোগাযোগ কৰিব বিচাৰে, আমাৰ সভাবোৰত উপস্থিত হʼব বিচাৰে, বাইবেল অধ্যয়ন কৰিব বিচাৰে অথবা আমাৰ বিষয়ে জানিবলৈ বিচাৰে, তেনেহʼলে এই ভাগে আপোনাক সহায় কৰিব। ইয়াৰ উপৰিও আমাৰ শাখা কাৰ্য্যালয়বোৰত ভ্ৰমণ কৰি আমাৰ কাৰ্য্যবোৰ চাবলৈ আপোনাক নিমন্ত্ৰণ জনাইছোঁ।

এয়াও চাওক: যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে?

Beliefs and Activities

যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন

আমাৰ বিষয়ে সোধা প্ৰশ্নবোৰৰ বিষয়ে জানক।

পৃথিৱীজুৰি বাস কৰা যিহোৱাৰ সাক্ষীসকল

আমাৰ আন্তৰাষ্ট্ৰীয় ভাতৃত্বৰ বিষয়ে শিকক।

Free Bible Study Program

বাইবেল কিয় অধ্যয়ন কৰা উচিত?

পৃথিৱীজুৰি লাখ লাখ লোকক জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ বাইবেলে সহায় কৰে। আপুনিও তেওঁলোকৰ ভিতৰত এজন হʼব বিচাৰেনে?

বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়?

গোটেই বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলে বিনামূলীয়াকৈ ব্যৱহাৰিক পদ্ধতিৰ দ্বাৰা বাইবেল অধ্যয়ন আগবঢ়ায়। এই বাইবেল অধ্যয়ন কেনেকৈ কৰা হয় তাক চাওক।

সাক্ষাৎ কৰাৰ বাবে অনুৰোধ কৰক

এটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰক, যাৰ উত্তৰ বাইবেলত আছে অথবা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বেছিকৈ জানক।

Meetings and Events

যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়?

আহক আৰু ৰাজ্যগৃহৰ ভিতৰখন চাওক।

সভাত উপস্থিত হওক

আমাৰ সভাবোৰৰ বিষয়ে জানক। আপোনাৰ ওচৰৰ ৰাজ্যগৃহ বিচাৰক।

যীচুৰ মৃত্যুৰ স্মৰণীয় দিন

২০২৫ চনৰ এপ্ৰিল ১২ তাৰিখে যিহোৱাৰ সাক্ষীসকলে যীচুৰ মৃত্যুৰ স্মৰণীয় দিন পালন কৰিব। আপুনি ইয়াত উপস্থিত হোৱাটো তেওঁলোকে বিচাৰে।

Branch Offices

যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰপৰা আহে?

কোনোধৰণৰ চান্দা নোলোৱাকৈ আৰু উপাৰ্জনৰ দশম ভাগ নিদিয়াকৈ কেনেকৈ প্ৰচাৰ কাৰ্য্য দিনক দিনে আগবাঢ়ি গৈছে, তাৰ বিষয়ে শিকক।

বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?

পৃথিৱীজুৰী যিহোৱাৰ সাক্ষীসকল আছে আৰু তেওঁলোক বিভিন্ন জাতি আৰু পৃষ্ঠভূমিৰপৰা আহিছে। বিভিন্ন পৃষ্ঠভূমিৰপৰা অহাৰ সত্ত্বেও তেওঁলোকক কিহে একত্ৰিত কৰি ৰাখিছে?

সংক্ষিপ্ত তথ্য—পৃথিৱীজুৰি

  • যিহোৱাৰ সাক্ষীসকলে উপাসনা কৰা দ্বীপ বা দেশৰ সংখ্যা—২৩৯

  • যিহোৱাৰ সাক্ষীসকলৰ সংখ্যা—৮৮,১৬,৫৬২

  • বাইবেল অধ্যয়ন কৰাৰ সংখ্যা—৭২,৮১,২১২

  • যীচু খ্ৰীষ্টৰ বাৰ্ষিক স্মৰণীয় দিনত উপস্থিত হোৱা লোকৰ সংখ্যা—২,০৪,৬১,৭৬৭

  • মণ্ডলীৰ সংখ্যা—১,১৮,১৭৭