Skip to content

বাইবেলৰ শিক্ষা

জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ বাইবেলে আমাক সহায় আগবঢ়ায়। ইয়াৰ উপদেশবোৰ লাভজনক হয় বুলি বছৰ বছৰ ধৰি প্ৰমাণিত হৈ আহিছে। বাইবেলৰ ওপৰত কিয় বিশ্বাস কৰিব পাৰি, ইয়াৰপৰা কেনেকৈ লাভৱান হʼব পাৰিব আৰু ই কিমান ব্যৱহাৰিক হয়, তাৰ বিষয়ে আপুনি শিকিব পাৰিব।—২ তীমথিয় ৩:১৬, ১৭.

 

বিশেষ বিষয়

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰে প্ৰমাণ কৰেনে যে যীচু মচীহ হয়?

এজনতকৈ অধিক মচীহ আছেনে?

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

মচীহৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰে প্ৰমাণ কৰেনে যে যীচু মচীহ হয়?

এজনতকৈ অধিক মচীহ আছেনে?

Study the Bible

বাইবেল অধ্যয়নৰ বাবে অনুৰোধ কৰক

ব্যক্তিগত নিৰ্দেশনাৰ সৈতে বিনামূলীয়াকৈ বাইবেল অধ্যয়ন কৰক।

সাক্ষাৎ কৰাৰ বাবে অনুৰোধ কৰক

এটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰক, যাৰ উত্তৰ বাইবেলত আছে অথবা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বেছিকৈ জানক।

বাইবেল অধ্যয়নৰ প্ৰকাশন

ক্ৰমান্বয়ে বাইবেলৰপৰা অধ্যয়ন কৰি উৎসাহিত হʼবলৈ কোনো বিষয় নিৰ্ব্বাচন কৰক।

How Can the Bible Help You?

সুখ আৰু শান্তি

দৈনন্দিন জীৱনৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ, শাৰীৰিক আৰু মানসিক দুখ-বেজাৰ কম কৰিবলৈ আৰু জীৱনৰ অৰ্থ আৰু উদ্দেশ্য লাভ কৰিবলৈ বাইবেলে বহুতোলোকক সহায় আগবঢ়াইছে।

বিবাহ আৰু পৰিয়াল

বিবাহিত দম্পতী আৰু পৰিয়ালে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। বাইবেলৰ ব্যৱহাৰিক পৰামৰ্শই পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্বন্ধ দৃঢ় কৰাত সহায় কৰিব।

কিশোৰ-কিশোৰীসকলৰ বাবে সহায়

সাধাৰণতে কিশোৰ-কিশোৰীসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে বাইবেলে কেনেকৈ সহায় আগবঢ়াব পাৰে, তাৰ বিষয়ে শিকক।

লʼৰা-ছোৱালীৰ বাবে ভিডিঅ’ আৰু ক্ৰিয়াকলাপ

বাইবেল আধাৰিত ভিডিঅ’ আৰু হাস্য ক্ৰিয়াকলাপবোৰ ব্যৱহাৰ কৰি নিজৰ লʼৰা-ছোৱালীক আধ্যাত্মিক মানদণ্ডবোৰৰ বিষয়ে শিক্ষা দিয়ক।

What Does the Bible Say?

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

ঈশ্বৰ, যীচু, পৰিয়াল, দুখ-কষ্ট আৰু বহুতো বিষয়, বাইবেলৰপৰা শিকক।

ইতিহাস আৰু বাইবেল

আমি বাইবেলখন কেনেকৈ লাভ কৰিলোঁ, তাৰ বিষয়ে সত্যতা জানক। এই শাস্ত্ৰখন ঐতিহাসিকভাৱে সঠিক আৰু বিশ্বাসযোগ্য হয় নে নহয়, তাৰ বিষয়ে চালি-জাৰি চাওক।